Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
হীম সনা শীতৰ নিশা মাজুলীত শিল বৰষুণ
ETVBHARAT
Follow
1/8/2025
মাজুলী: প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য় । বিগত কেইবাদিন ধৰি ৰাজ্য়ৰ কেইবাখনো জিলাত শীতপ্ৰৱাহ অব্য়াহত আছে । পুৱা-গধূলি বহুতেই জুই পুৱাই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছে । এই হাড় কঁপোৱা শীতৰ মাজতেই সত্ৰ নগৰীত আহিল শীতৰ প্ৰথম জাক শিলাবৃষ্টি । শুকুলা হৈ পৰিল মাজুলী ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো যোৱা নিশা প্ৰচণ্ড শিল-বৰষুণ হয় । শীতৰ প্ৰথম জাক শিলাবৃষ্টিয়ে মাজুলীৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে । নিশাৰ ভাগত অহা শিল-বৰষুণৰ বাবে কামত বাহিৰলৈ ওলাই অহা লোকসকল বিভিন্ন স্থানত আবদ্ধ হৈ পৰে । এই শিল-বৰষুণত খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন হৈছে । প্ৰচণ্ড শিল-বৰষুণত মাজুলীৰ বিভিন্ন অঞ্চলৰ পথ সমূহ,মানুহৰ ঘৰৰ চোতালসমূহ বগা হৈ পৰে । লগে লগে নামি আহে প্ৰচণ্ড শীত ।লগতে পঢ়ক:ৰাজ্যত বৃদ্ধি শীতৰ প্ৰকোপ: ব্যাহত স্বাভাৱিক জনজীৱন - COLD WAVE IN ASSAMঘন কুঁৱলীৰ বাবে বৰলুইতত আবদ্ধ যাত্ৰীবাহী ফেৰী - FERRY STRANDED IN DHUBRI
Category
🗞
News
Transcript
Display full video transcript
00:00
I'm going to go ahead and do a quick test run to see what it's like to fly a drone.
00:07
I'm going to go ahead and do a quick test run to see what it's like to fly a drone.
00:12
I'm going to go ahead and do a quick test run to see what it's like to fly a drone.
00:24
Applause
00:50
Applause
01:15
Applause
01:28
Applause
01:54
Applause
Recommended
3:54
|
Up next
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
1:45
ষষ্ঠ সংখ্যক পক্ষী গণনাক লৈ আশাবাদী গণনাকাৰী
ETVBHARAT
1/12/2025
3:48
২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব: ৰকিবুল হুছেইন
ETVBHARAT
1/12/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
3:05
নগাঁও ভোগালী বিহু উৎসৱত নাওখেল প্ৰতিযোগিতা
ETVBHARAT
1/19/2025
1:43
ঢেঁকীয়াপতীয়াৰ মৃতদেহ উদ্ধাৰ বুঢ়াপাহাৰ বনাঞ্চলত
ETVBHARAT
5/25/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
0:53
দুৰ্ঘটনাত মৈৰাবাৰী কলেজৰ অধ্যাপিকাৰ মৃত্যু
ETVBHARAT
1/7/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
0:41
ಚಲಿಸುತ್ತಿದ್ದ ರೈಲಿನಿಂದ ಬಿದ್ದ ಪ್ರಯಾಣಿಕ: ಮಾಜಿ ಸೈನಿಕ, ರೈಲ್ವೆ ಸಿಬ್ಬಂದಿ ಸಮಯ ಪ್ರಜ್ಞೆಯಿಂದ ವ್ಯಕ್ತಿ ಪಾರು
ETVBHARAT
today
3:59
कुरुक्षेत्र में मामूली बरसात ने खोली प्रशासनिक दावों की पोल, करोड़ों खर्च के बावजूद सब पानी-पानी
ETVBHARAT
today
2:28
ಒಂದು ಇಲಾಖೆಯ ತಪ್ಪಿಗೆ ಇಡೀ ಸರ್ಕಾರವನ್ನೇ ದೂಷಿಸುವುದು ಸರಿಯಲ್ಲ: ಡಾ.ಜಿ.ಪರಮೇಶ್ವರ್
ETVBHARAT
today
2:17
ਮੋਗਾ 'ਚ ਚੱਲੀਆਂ ਗੋਲੀਆਂ, ਬਦਮਾਸ਼ਾਂ ਨੇ ਘਰ ਦੇ ਬਾਹਰ ਬੈਠੇ ਨੌਜਵਾਨ 'ਤੇ ਕੀਤਾ ਜਾਨਲੇਵਾ ਹਮਲਾ
ETVBHARAT
today
2:09
হিন্দু দেৱতাক অপমান কৰি বন্দী হ’ল অনিচুৰ
ETVBHARAT
today