Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
দুৰ্ঘটনাত মৈৰাবাৰী কলেজৰ অধ্যাপিকাৰ মৃত্যু
ETVBHARAT
Follow
1/7/2025
ধিং: নগাঁৱৰ চলচলিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । লংকাৰ নখুটিৰ পৰা উভতিছিল দম্পতী । পেছাত দুয়োগৰাকীয়ে অধ্যাপক-অধ্যাপিকা । নিজ ঘৰলৈ উভতি আহিছিল লংকাৰ পৰা । পিছে বাটতেই যেন ৰৈ আছিল মৃত্য়ুদূত ।মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ৰেহেনা জেছমিনৰ সোমবাৰে বিয়লি চাৰিমান বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হয় । হোজাই জিলাৰ লংকাৰ নখুটিৰ পৰা মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকাগৰাকীয়ে স্বামী চামছুদ্দিন মজুমদাৰৰ সৈতে AS 01 E06790 নম্বৰৰ নিজা গাড়ীৰে মৈৰাবাৰীৰ নিজ বাসগৃহলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে এজোপা গছত খুন্দিওৱাত দুয়োগৰাকী আহত হয় ।নগাঁৱৰ চলচলিত অৱস্থিত শংকৰদেৱ বিশ্ববিদ্য়ালয়ৰ সন্মুখত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় ৰাইজে ততাতৈয়াকৈ স্বামী-স্ত্ৰী দুয়োকে নগাঁৱৰ এখনি ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও অধ্যাপিকা ৰেহেনা জেছমিন(৫৫)ৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । মৃত্যুৰ সময়ত অধ্যাপিকাগৰাকীয়ে স্বামীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আৰু অসংখ্য গুণমুগ্ধ এৰি যায় । অধ্যাপিকাগৰাকীয়ে চাকৰিৰ লগতে বিভিন্ন সামাজিক কামতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল । লগতে পঢ়ক:মহানগৰীত পথ দুৰ্ঘটনাত মৃত্যু বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি - GUWAHATI ROAD ACCIDENTসৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা: সংকটজনক আন এগৰাকী - SARUPATHAR ROAD ACCIDENT
Category
🗞
News
Transcript
Display full video transcript
00:00
.
Recommended
2:56
|
Up next
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
3:05
নগাঁও ভোগালী বিহু উৎসৱত নাওখেল প্ৰতিযোগিতা
ETVBHARAT
1/19/2025
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
4/17/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
4:12
ভোগালীৰ প্ৰস্তুতিৰ মাজতেই বনৰজাৰ বিচৰণ-গঁড়ৰ আতংক
ETVBHARAT
1/13/2025
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
1/12/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
3:12
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
1/9/2025
1:33
ব্ৰহ্মপুত্ৰত দলঙৰ খুঁটাত খুন্দা মাৰিলে ইন্দ্ৰই
ETVBHARAT
6/22/2025
1:52
ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন
ETVBHARAT
6/8/2025
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
1/12/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
3:00
মিঞা স্বায়ত্ত শাসনৰ লগতে মিঞালেণ্ডৰ দাবী জনাম; উৰিয়ামঘাটত উচ্ছেদিতৰ হুংকাৰ
ETVBHARAT
today
0:43
हजारीबाग में तीन दिनों से बच्चों से ढुलवाई जा रही थीं ईंटें, निजी स्कूल संचालक पर आरोप
ETVBHARAT
today
0:59
पांचवीं कक्षा की छात्रा से छेड़छाड़ मामला में आरोपी विद्यालय सहायक गिरफ्तार
ETVBHARAT
today