Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
Follow
1/18/2025
মাজুলী: মাজুলীৰ লাচন চাপৰিৰ এজন যুৱক উজলিল কেৰালাত । পিতৃহাৰা যুৱকজনে এদিন কামৰ সন্ধানত ওলাই গৈছিল কেৰালালৈ । সৰুতেই পিতৃৰ মৃত্যু হোৱাত যুৱকজনৰ পৰিয়ালে কষ্টৰে দিন অতিবাহিত কৰিবলগীয়া হোৱা বাবে এদিন ঘৰ এৰি গুচি গৈছিল কামৰ সন্ধানত । মাতৃক ঘৰতে অকলে এৰি যোৱা যুৱকজন আছিল বোদ্ধেশ্বৰ গাম । কেৰালাত এখন মাছৰ দোকানত কাম কৰিছিল এই বোদ্ধেশ্বৰে । কিন্তু মনত আছিল অলেখ সপোন । মাছৰ দোকানত কাম কৰি থকাৰ মাজতে বোদ্ধেশ্বৰে প্ৰায়ে অনুশীলন কৰিবলৈ গৈছিল জীমলৈ । এনেকৈয়ে যুৱকজনৰ দেহশ্ৰীৰ প্ৰতি ধাউতি বাঢ়ি গৈছিল। কেৰালাৰ কটেম জিলাত অনুষ্ঠিত হোৱা ২০২৩ আৰু ২০২৪ ৰ 'মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতা'ত অংশগ্ৰহণ কৰি মিষ্টাৰ কটেম খিতাপ লাভ কৰিবলৈ সক্ষম হয় বোদ্ধেশ্বৰ । শুকুৰবাৰে ৪ বছৰ পিচত বোদ্ধেশ্বৰ ঘৰলৈ অহাত গাওঁবাসীয়ে ঢোলে দগৰে আদৰি আনে । লাচন চাপৰি গাঁৱৰ পুৰুষ-মহিলা সকলোৱে মিলি গোমৰাগ নৃত্যৰে আদৰণি জনায় বোদ্ধেশ্বৰক ।
Category
🗞
News
Transcript
Display full video transcript
00:00
Hey!
00:01
Hey!
00:02
Hey!
00:03
Hey!
00:04
Hey!
00:05
Hey!
00:06
Hey!
00:07
Hey!
00:08
Hey!
00:09
Hey!
00:10
Hey!
00:11
Hey!
00:12
Hey!
00:13
Hey!
00:14
Hey!
00:15
Hey!
00:16
Hey!
00:17
Hey!
00:18
Hey!
00:19
Hey!
00:20
Hey!
00:21
Hey!
00:22
Hey!
00:23
Hey!
00:24
Hey!
00:25
Hey!
00:26
Hey!
00:27
Hey!
00:28
Hey!
00:29
Hey!
00:30
Hey!
00:31
Hey!
00:32
Hey!
00:33
Hey!
00:34
Hey!
00:35
Hey!
00:36
Hey!
00:37
Hey!
00:38
Hey!
00:39
Hey!
00:40
Hey!
00:41
Hey!
00:42
Hey!
00:43
Hey!
00:44
Hey!
00:45
Hey!
00:46
Hey!
00:47
Hey!
00:48
Hey!
00:49
Hey!
00:50
Hey!
00:51
Hey!
00:52
Hey!
00:53
Hey!
00:54
Hey!
00:55
Hey!
00:56
Hey!
00:57
Hey!
00:58
I was doing a bodybuilding competition, I was at IIT Delhi, so...
01:27
I got a chance to participate, so I came here.
01:37
What was your name?
01:39
Patel. Mr. Patel.
01:41
So, you are Mr. Patel.
01:43
Yes.
01:45
Which year?
01:47
In March 2018, I participated in the 120kg class, and I got the chance to participate again.
02:06
So, you have finished it in two years, right?
02:10
Yes.
02:11
That means, 2020 and 2015?
02:13
Yes.
02:14
And, how long have you been doing it?
02:16
I have been doing this for 6 years now.
02:22
You used to sit outside the house, what did you do?
02:26
You used to do bodybuilding, what did you do?
02:32
I used to do a lot of things.
02:36
I used to do a lot of things.
02:39
I used to do gym, I used to do a lot of things.
02:42
Why did you decide to do bodybuilding?
02:46
Because you used to sit outside the house.
02:50
What did you do?
02:53
What did you do to make yourself a professional bodybuilder?
02:56
I used to do a lot of things.
03:00
I used to do a lot of things.
03:03
I used to do a lot of things.
03:06
I used to do a lot of things.
03:09
I used to do a lot of things.
03:14
I used to do a lot of things.
03:19
What is the what you want to do next?
03:23
Next I want to play...
03:27
What is the next game you want to play?
03:32
I want to play Agua Zamba.
03:38
I wanted to work in Kerala, but I was not sure if I would be able to do it here.
03:46
Whether it would be in Bollywood, Bollywood or Karnataka, I was not sure if I would be able to do it here.
03:57
I don't know if I would be able to do it here in Korea.
04:00
But when I came to Karnataka, I felt that if I could do something for the people of Kerala,
04:09
then I would be able to show the world that I can do something for the people of Kerala.
Recommended
0:17
|
Up next
તાપીના બુહારી ગામમાં બચ્ચાઓ સાથે દીપડી દેખાતા ગ્રામજનો ભયમાં, વન વિભાગે લોકોને કરી ખાસ અપીલ
ETVBHARAT
today
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
4/17/2025
3:00
মিঞা স্বায়ত্ত শাসনৰ লগতে মিঞালেণ্ডৰ দাবী জনাম; উৰিয়ামঘাটত উচ্ছেদিতৰ হুংকাৰ
ETVBHARAT
today
0:43
हजारीबाग में तीन दिनों से बच्चों से ढुलवाई जा रही थीं ईंटें, निजी स्कूल संचालक पर आरोप
ETVBHARAT
today
0:59
पांचवीं कक्षा की छात्रा से छेड़छाड़ मामला में आरोपी विद्यालय सहायक गिरफ्तार
ETVBHARAT
today
0:28
સુરતમાં સોનાની સ્કીમના નામે ઠગાઈ: જ્વેલર્સના સાળા-બનેવીએ 39 લાખનો ચૂનો ચોપડ્યો, એક આરોપી ઝડપાયો
ETVBHARAT
today
3:00
ମରଣଯନ୍ତା ପାଲଟିଛି କି ଲାଞ୍ଜିପଲ୍ଲୀ ଛକ ? ବଢୁଛି ଜନ ଅସନ୍ତୋଷ
ETVBHARAT
today