Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
Follow
4/25/2025
ধেমাজি : পহলগাম কাণ্ডক লৈ দেশজুৰি তীব্ৰ আলোড়ন অব্যাহত থকাৰ সময়তে এই ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৷ আমিনুল ইছলাম গ্ৰেপ্তাৰ হোৱাৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে সন্ধিয়া ধেমাজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পহলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা আমিনুল ইছলাম সম্পৰ্কত কয়, “নিশ্চিতভাৱে তেখেতৰ মন্তব্য গৰিহণাযোগ্য, দেশদ্ৰোহী মন্তব্য ৷ গতিকে চৰকাৰে উচিত পদক্ষেপ লৈছে । আৰু আমি দেখা পাইছোঁ সামাজিক মাধ্যমতো বহুসংখ্যক লোকে দেশদ্ৰোহী মন্তব্য আগবঢ়াইছে ৷ সকলোৱে বিৰুদ্ধে আইনগত ব্যৱস্থা হ’ব লাগে ৷"উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ধেমাজি ১নং জিলা পৰিষদ সমষ্টিৰ বিজেপি, গণশক্তি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী লক্ষীধৰ শেনছোৱাৰ হৈ বিষ্ণুপুৰ বাসুদেৱ তিনিআলিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তেওঁ উপস্থিত ৰাইজক মিত্ৰজোঁটৰ জিলা পৰিষদৰ প্ৰাৰ্থী লক্ষীধৰ শেনছোৱাক 'হাতী'ৰ চিনত ভোট দিবলৈ আহ্বান জনায় ৷ লগতে অহা 2 মে'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই ভোট দিবলৈও আহ্বান জনায় । সভাখনত মুখ্য অতিথি হিচাপে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ কথা আছিল যদিও সন্ধিয়ালৈকে সভাত আহি উপস্থিত হ’ব নোৱৰাত তেওঁৰ হৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰে শিক্ষা মন্ত্ৰীয়ে ৷ অৱশ্যে এই সভাত উপস্থিত থাকি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায় ৰাজ্য সভাৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী, অগপৰ কেন্দ্ৰীয় নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ।লগতে পঢ়ক :মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা ! দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ বহুবল্কী বিধায়ক আমিনুল - MLA AMINUL ISLAM ARRESTEDলগতে পঢ়ক :ভাৰতবিৰোধী মন্তব্য কৰিলেই যাব লাগিব জে'ললৈ: স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ - CM ON PAHALGAM ATTACK
Category
🗞
News
Transcript
Display full video transcript
00:00
I was very interested in music talking about this.
00:07
My mom is also very rich and I taught her to buckle up.
00:14
This is my mom's way back to the back of where she went.
00:19
I think the fact that a lot of material are very much male.
00:25
They are very rich and rich.
00:29
...
00:39
...
00:49
...
00:53
...
00:55
Thank you very much.
01:25
Thank you very much.
01:55
Thank you very much.
Recommended
1:52
|
Up next
ചന്ദനമരങ്ങള് നട്ടു പിടിപ്പിക്കാം; ട്രീ ബാങ്കിങ് പദ്ധതിയുമായി വനം വകുപ്പ്
ETVBHARAT
today
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
1:11
"सनातन विरोधी सुक्खू सरकार, प्रदेश में बढ़ी हिंदुओं के खिलाफ घटनाएं"
ETVBHARAT
today
1:36
'পরের জন্মেও মাতৃসম ক্লাবের সেবা করতে চাই', মোহনবাগান রত্ন পেয়ে আপ্লুত টুটু বসু
ETVBHARAT
today
6:02
पूर्व सीएम रघुवर दास जन चौपाल में हुए शामिल, कहा- आदिवासियों को ठगने का काम कर रही है हेमंत सरकार
ETVBHARAT
today
4:25
खुद नेत्रहीन, दूसरों को बांट रही ज्ञान की रोशनी, बिहार की प्रोफेसर संगीता अग्रवाल की अनोखी कहानी
ETVBHARAT
today
4:46
मानसून की पहली बारिश भी नहीं झेल सका पुल और एप्रोच पथ, उद्घाटन से पहले ही ढहा
ETVBHARAT
today
2:35
ಭ್ರಷ್ಟಾಚಾರದ ಮೊಟ್ಟೆ ಇಟ್ಟು ಮರಿಗಳನ್ನು ಬೆಳೆಸಿದವರೇ ಕಾಂಗ್ರೆಸ್ನವರು: ಯೋಗದ ಬಳಿಕ ಜೋಶಿ ಕಿಡಿ
ETVBHARAT
today
1:48
नाम का आदर्श और सुविधा शून्य! लातेहार के सधवाडीह गांव का हाल, व्यवस्था को तरस रहे ग्रामीण
ETVBHARAT
today
2:23
सरन्यायाधीश भूषण गवई यांच्या सत्कार सोहळ्याचे बुधवारी अमरावतीत आयोजन
ETVBHARAT
today
0:58
Fake Cigarette Factory Busted In Bihar; Product Worth Several Crores Seized
ETVBHARAT
today