Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
Follow
1/12/2025
নলবাৰী : কাইলৈ মাঘ বিহুৰ উৰুকা । ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত । সকলোৱে ব্য়স্ত হৈছে নাৰিকল,তিলৰ লাড়ু-পিঠা প্ৰস্তুত কৰাত । সমান্তৰালভাৱে থলুৱা উদ্যোগত প্ৰস্তুত কৰা এইবোৰ সামগ্ৰী বজাৰত মেলি দিছে বিক্ৰীৰ বাবে ।উৰুকাৰ প্ৰাকক্ষণত নলবাৰীৰ এটি ১২/১৫ জনীয়া মহিলাৰ দলে দিনে-নিশাই ব্যস্ত লাড়ু- পিঠা প্ৰস্তুত কৰাত । নলবাৰীৰ জেবি ফুড্ প্ৰডাক্ট নামৰ ক্ষুদ্ৰ উদ্যোগটোৰ মহিলাসকলে এতিয়া ভোগালীক আদৰাৰ আখলত ব্যস্ত । মূৰ তুলি চাবলৈ নাই আহৰি । কেৱল পিঠা আৰু লাড়ু বনাই সেইবোৰ বজাৰলৈ প্ৰেৰণৰ বাবে ব্য়স্ত হৈ পৰিছে ।উদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে এই প্ৰসংগত কয়,"ভোগালী বিহু বুলি ইতিমধ্যে হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছো । হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছো । উদ্যোগটোত ১৫ গৰাকী মহিলাই এইসমূহ খাদ্য প্ৰস্তুত কৰিছে ।" ভোগালীত তেওঁলোকে এইবাৰ প্ৰায় ১০ লাখ টকাৰ লাড়ু-পিঠা আদি প্ৰস্তুত কৰা বুলি কয় উদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে । উৎপাদিত সামগ্ৰী সমূহ নলবাৰীৰ লগতে পাৰ্শ্চৱৰ্তী ৰঙিয়া, মহানগৰীৰ খানাপাৰা ,দীঘলীপুখুৰীৰ বজাৰত তেওঁলোকে এইবোৰ বিক্ৰী কৰিছে । লগতে পঢ়ক:মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025বজাৰত উপলব্ধ মেজি-ভেলাঘৰ - READY MADE MEJI AND BHELAGHAR
Category
🗞
News
Transcript
Display full video transcript
00:30
I have been working in Gwadi, Digali, Pukhri, Chhanaparath, Madad, Bishkek, Nalbari, Barpeta
00:46
I have worked for 12-15 years in BITOC.
01:01
I have worked for 10 lakhs in BITOC.
01:06
I have worked for 10-12 years in BITOC.
01:20
I have worked for 12 years in BITOC.
01:26
My name is Sri Hawali Raka Varman.
01:28
My name is Sri Hawali Raka Varman.
01:32
I have worked for 12 years in BITOC.
01:36
I have worked for 12 years in BITOC.
01:41
I have worked for 12 years in BITOC.
01:49
I have worked for 12 years in BITOC.
01:58
I have worked for 12 years in BITOC.
02:07
I have worked for 12 years in BITOC.
02:15
I have worked for 12 years in BITOC.
02:22
I have worked for 10 lakhs in BITOC.
02:29
I have worked for 12 years in BITOC.
Recommended
1:50
|
Up next
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
1:45
ষষ্ঠ সংখ্যক পক্ষী গণনাক লৈ আশাবাদী গণনাকাৰী
ETVBHARAT
1/12/2025
3:00
মিঞা স্বায়ত্ত শাসনৰ লগতে মিঞালেণ্ডৰ দাবী জনাম; উৰিয়ামঘাটত উচ্ছেদিতৰ হুংকাৰ
ETVBHARAT
today
0:43
हजारीबाग में तीन दिनों से बच्चों से ढुलवाई जा रही थीं ईंटें, निजी स्कूल संचालक पर आरोप
ETVBHARAT
today
0:59
पांचवीं कक्षा की छात्रा से छेड़छाड़ मामला में आरोपी विद्यालय सहायक गिरफ्तार
ETVBHARAT
today
0:28
સુરતમાં સોનાની સ્કીમના નામે ઠગાઈ: જ્વેલર્સના સાળા-બનેવીએ 39 લાખનો ચૂનો ચોપડ્યો, એક આરોપી ઝડપાયો
ETVBHARAT
today
0:17
તાપીના બુહારી ગામમાં બચ્ચાઓ સાથે દીપડી દેખાતા ગ્રામજનો ભયમાં, વન વિભાગે લોકોને કરી ખાસ અપીલ
ETVBHARAT
today
3:00
ମରଣଯନ୍ତା ପାଲଟିଛି କି ଲାଞ୍ଜିପଲ୍ଲୀ ଛକ ? ବଢୁଛି ଜନ ଅସନ୍ତୋଷ
ETVBHARAT
today
0:56
लखनऊ में भाजपा बूथ अध्यक्ष बोले- नहीं हो रही सुनवाई, आत्महत्या कर लूंगा, नागरिक सुविधा दिवस में सीने पर पोस्टर चिपका कर पहुंचे, जानिए क्या है मामला
ETVBHARAT
today
4:34
'মইয়ে মাৰিছিলোঁ, কি ক'ব আৰু...' এক শিহৰণকাৰী হত্যাকাণ্ডৰ ৰায়দান তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ
ETVBHARAT
today