Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
Follow
4/11/2025
মাজুলী: মাজুলীৰ অফলামুখ পাৰঘাটত আজি হঠাতেই যাত্ৰীসকলৰ মাজত লাগিল হাহাকাৰ । সন্মুখত যেন জীয়া যম ! কি হ'ব পাৰে পৰিস্থিতি ? সকলো যাত্ৰীৰ মাজত আৰম্ভ হ'ল চিঞৰ-বাখৰ । সকলোৱে সাজু হৈছে প্ৰাণ ৰক্ষাৰ বাবে । পিছে ফেৰীৰ ওপৰত থকা বাহনৰ চালকৰ কি হ'ব ? মুহূৰ্ততে সংঘটিত হোৱা ঘটনাটো যেন কোনোৱেই ধৰিব পৰা নাছিল ।মাজুলীৰ অফলামুখ পাৰঘাটত শুকুৰবাৰে এখন ৰ'পেক্স ফেৰীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ঘাটত বান্ধি ৰখা এখন গুটিয়া ফেৰীত । এছ বি সৰুমাই নামৰ গুটিয়া ফেৰীখনৰ এই দুৰ্ঘটনাত যথেষ্ট ক্ষতিসাধন হয় । লগে লগে যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় । কোনোৱে ফেৰী এৰিব পৰা নাই ঘাটৰ পৰা । ঘাটত আবদ্ধ হৈ পৰে পাৰ হ'বলৈ অহা যাত্ৰীসকল । ৰ'পেক্স ফেৰীৰে মৰা খুন্দাত গুটিয়া ফেৰীখনত উঠাই থোৱা দুচকীয়া বাহন নাৱৰ ওপৰতে পৰি যায় । এছ বি সৰুমাই নামৰ দুৰ্ঘটনাত পতিত হোৱা গুটিয়া ফেৰীখনৰ এগৰাকী কৰ্মচাৰীয়ে এই সন্দৰ্ভত কয়, "তেওঁলোকে গুটিয়া ফেৰীখনত যাত্ৰী পৰাপাৰ কৰিবৰ বাবে যাত্ৰী তুলি আছিল । সেই সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ।" আনহাতে, গুটিয়া ফেৰীখনত থকা এগৰাকী যাত্ৰীয়ে কয়, "এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি আমি বাচিছো । পুৱাৰ ভাগতে নাৱৰ কৰ্মচাৰীসকলে সকলো ফেৰী চাব লাগে ঠিকে আছেনে নাই । কেৱল ধন উপাৰ্জনত গুৰুত্ব দিব নালাগে । যাত্ৰীৰ জীৱনৰ কথা চিন্তা কৰিব লাগে ।"লগতে পঢ়ক:তেলৰ অভাৱত মাজুলীত বন্ধ চৰকাৰী ফেৰী সেৱা - MAJULI FERRY SERVICEঘন কুঁৱলীৰ বাবে বৰলুইতত আবদ্ধ যাত্ৰীবাহী ফেৰী - FERRY STRANDED IN DHUBRI
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you so much for watching.
Recommended
2:56
|
Up next
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
1:52
ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন
ETVBHARAT
6/8/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
1/12/2025
0:54
কালীগঞ্জে বোমার আঘাতে নাবালিকা মৃত্যুর ঘটনায় গ্রেফতার 4, এলাকায় চলছে পুলিশি টহল
ETVBHARAT
today
2:54
ଟ୍ରମ୍ପଙ୍କ ନିଷ୍ପତ୍ତି ସରଗରମ ଓଡ଼ିଶା ରାଜନୀତି, ନାରୀ ସୁରକ୍ଷା ନେଇ ଆନ୍ଦୋଳନ କରିବ ବିଜେଡି
ETVBHARAT
today
2:50
अंतिम सांसें ले रहा छतरपुर का पीतल उद्योग, जिम्मेदार सरकार या स्टील?
ETVBHARAT
today
1:10
ભગવાન જગન્નાથજીની રથયાત્રા પહેલા થશે નેત્રોત્સવ વિધિ, જાણો શું છે વર્ષો જૂની પરંપરા અને લોકવાયકા
ETVBHARAT
today
2:36
ଦୁଇଦିନ ପରେ ଘୋଷଯାତ୍ରା, ଶେଷ ପର୍ଯ୍ୟାୟରେ ରଥ ନିର୍ମାଣ କାର୍ଯ୍ୟ
ETVBHARAT
today
4:33
প্ৰতিশ্ৰুতিৰ এটি ঘৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই যাৰ মূল কাৰিকৰ
ETVBHARAT
today
1:48
90 जगहों पर पर्यटकों के जाने पर पाबंदी, शिवपुरी में भारी बारिश के बाद प्रशासन का फैसला
ETVBHARAT
today