Skip to playerSkip to main contentSkip to footer
  • 5/27/2025
গুৱাহাটী : কাঁহী, বাটি, ঘটি, লোটাৰ এখন বিশেষ বজাৰ । এই বজাৰখন বহিছে গুৱাহাটী মহানগৰীৰ এক বিশেষ স্থান । ঠাইডোখৰৰ কথা শুনিলে আপুনিও হ’ব আচৰিত ৷ কাঁহী, বাটি, ঘটি, লোটাৰ এই বজাৰখন বহিছে গুৱাহাটীৰ চানমাৰি থানাত ৷এতিয়া হয়তো ভাবিছে কোনো বিক্ৰেতাই থানাৰ কাষতে পাতিছে এই পোহাৰ ৷ যদিহে ভাবিছে তেন্তে সেয়া আপোনাৰ ভুল ধাৰণা ৷ আচলতে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা চুৰি হোৱা কাঁহী, বাটিকে ধৰি অন্যান্য সামগ্ৰীসমূূহ আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ ডেম্পৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ পাচতে ভৰি পৰিছে থানাৰ বাকৰি ৷মালিগাঁৱৰ ডেম্পত অভিযান চলাই কাঁহ, পিতলৰ প্ৰায় ১০ কোটি টকাৰ সামগ্ৰী জব্দ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত দুজন ক্ৰমে ডেম্পটোৰ স্বত্বাধিকাৰী বিনোদ ৰায় আৰু তেওঁৰ সহযোগী নুৰ আলম বুলি জানিব পৰা গৈছে ।এই সন্দৰ্ভত ADCP সম্ভাবী মিশ্ৰ সংবাদ মাধ্যমৰ আগত কয়, "জব্দ কৰা চুৰি সামগ্ৰীখিনিৰ মূল্য ১০ কোটি টকা । চোৰে প্ৰথমতে সামগ্ৰীসমূহ সৰু ডেম্পত বিক্ৰী কৰে । তাৰ পিছত সৰু ডেম্পৰ পৰা সামগ্ৰীবোৰ ডাঙৰ ডেম্পলৈ আৰু ডাঙৰ ডেম্পৰ পৰা এই সামগ্ৰীসমূহ দিল্লীলৈ প্ৰেৰণ কৰা হয় । তিনিজন লোকক আমি গ্ৰেপ্তাৰ কৰিছো । কিছুদিন পূৰ্বে হোৱা গীতানগৰৰ এটা চুৰিকাণ্ডৰ তদন্ত কৰিবলৈ গৈ এই বৃহৎ ভাণ্ডাৰৰ তথ্য লাভ কৰিছিলো । গ্ৰেপ্তাৰ হোৱা তিনিজনৰ এজনক পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে সোমবাৰে অভিযানৰ সময়ত দুজনক গ্ৰেপ্তাৰ কৰা হয় ।"লগতে পঢ়ক : কাঁহী-বাটি-ঘটি-লোটা... যেন থানাত বজাৰহে বহিল ! - ETV Bharat

Category

🗞
News
Transcript
00:00foreign
00:06foreign
00:12foreign
00:18foreign
00:24foreign
00:28This is a scrapyard.
00:31We have 20 kg copper wire.
00:38Insulated copper wire is 5 kg.
00:41We have 20 kg mechanical motor parts.
00:45We have 20 kg.
00:47We have a resident of Nour Alam Jon Kasumara.
00:52This is a scrapyard.
00:57This is an Dickensin.
00:58This is a simple reference to the land that is in the land of Noural Manu,
01:03the road of Noural Manu in Dengar動.
01:06This was 18 to 18 to 18 to 18 to 18.
01:21This was a huge finding of copper.
01:26copper article around more than 2,000 kg copper AC pipe, AC wire, copper bar, copper coils
01:35and it's not too much like the airbag, the airport, the house is too much more than 200 kg
01:46aluminum item is 21 kg, brass items are not too much, it's more than 300 kg
01:56then we have a lot of basic vehicle parts, so the vehicle is dismantled, we have to dismantle the vehicle
02:07we have to dismantle the vehicle parts, parts parts block, it's more than 2,000 kg
02:20about 30 kg
02:21called rock's

Recommended