Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
Follow
1/13/2025
বৰপেটা : এখন বিশেষ হাট ৷ যিখন হাটত বিক্ৰেতা হিচাবে আছে কেৱল শিক্ষাৰ্থী আৰু ক্ৰেতা হিচাবে আছে শিক্ষক, অভিভাৱক আৰু অন্যান্য জ্যেষ্ঠ লোক ৷ এই বিশেষ হাটখনত উপলব্ধ হৈছে ঘৰতে প্ৰস্তুত কৰা ভোগালীৰ বিভিন্ন জলপানৰ পৰা আদি কৰি লাড়ু, পিঠা, বিভিন্ন পাচলি ইত্যাদি ৷ভোগালী বিহু উপলক্ষে আয়োজন কৰা এই হাটখন আছে বৰপেটাত ৷ সোমাবৰে বৰপেটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত আয়োজন কৰা হৈছে এই বিশেষ ভোগালী হাট মেলা ৷ য’ত অংশ লৈছে বিদ্যালয়ৰে একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ।শিশু নিকেতনৰ এগৰাকী আচাৰ্য কয়, ‘‘এই ভোগালী হাট মেলাৰ জৰিয়তে শিশুসকলক ভোগালী বিহুৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰোৱাৰ লগতে তেওঁলোকৰ মাজত ব্যৱসায়িক দৃষ্টিভংগী গঢ়ি তোলাৰো প্ৰয়াস কৰা হৈছে । বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিচাপ নিকাচৰ জ্ঞান প্ৰদান কৰা, ব্যৱসায়িক মনোভাৱ গঢ় দিয়া আৰু ভোগালী বিহুৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ সৈতে নতুন প্ৰজন্মক জড়িত কৰি সামগ্ৰী বিক্ৰীৰ জৰিয়তে আনন্দ প্ৰদানৰ লক্ষ্যৰে এই হাট মেলাৰ আয়োজন কৰা হৈছে ৷’’লগতে পঢ়ক : ভোগৰ জলপানৰ সোৱাদ বিচাৰি যাওঁ আহক ভোগালীৰ থলুৱা বজাৰলৈলগতে পঢ়ক : উৰুকাত নগাঁৱৰ মীন বিভাগৰ মাছৰ বজাৰত গ্ৰাহকৰ হেতা-ওপৰা
Category
🗞
News
Transcript
Display full video transcript
00:00
What do you want to eat?
00:07
What do you want to eat?
00:12
What do you want to eat?
00:15
What do you want to eat?
00:18
What do you want to eat?
00:21
What do you want to eat?
00:24
What do you want to eat?
00:27
What do you want to eat?
00:30
What do you want to eat?
00:33
What do you want to eat?
00:36
What do you want to eat?
00:39
What do you want to eat?
00:42
What do you want to eat?
00:45
What do you want to eat?
00:48
What do you want to eat?
00:51
What do you want to eat?
00:54
What do you want to eat?
00:57
What do you want to eat?
01:00
What do you want to eat?
01:03
What do you want to eat?
01:06
What do you want to eat?
01:09
What do you want to eat?
01:12
What do you want to eat?
01:15
What do you want to eat?
01:18
What do you want to eat?
01:21
What do you want to eat?
01:24
What do you want to eat?
01:27
What do you want to eat?
01:30
What do you want to eat?
01:33
What do you want to eat?
01:36
What do you want to eat?
01:39
What do you want to eat?
01:42
What do you want to eat?
Recommended
14:12
|
Up next
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
1:52
ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন
ETVBHARAT
6/8/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
3:30
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
1/13/2025
1:17
बनारस में 4 मुख्यमंत्रियों के साथ बैठक कर रहे गृहमंत्री अमित शाह; सीमा सुरक्षा-घुसपैठ समेत कई मुद्दों पर हो रही चर्चा
ETVBHARAT
today
1:06
লাগাতার বৃষ্টিতে ক্ষতিগ্রস্ত বাংলা-সিকিম লাইফ লাইন, 10 নম্বর জাতীয় সড়ক ধস; বন্ধ যান চলাচল
ETVBHARAT
today
1:09
ദുരന്തം കവർന്ന സ്വപ്നങ്ങൾ: അഹമ്മദാബാദ് വിമാന അപകടത്തിൽ മരിച്ച രഞ്ജിതയുടെ മൃതദേഹം നാട്ടിലെത്തിച്ചു
ETVBHARAT
today
3:21
নিতৌ ১২০ লিটাৰ গাখীৰ বিক্ৰী কৰি হ'ল মহালাখপতি বাইদেউ
ETVBHARAT
today
0:41
ಚಲಿಸುತ್ತಿದ್ದ ರೈಲಿನಿಂದ ಬಿದ್ದ ಪ್ರಯಾಣಿಕ: ಮಾಜಿ ಸೈನಿಕ, ರೈಲ್ವೆ ಸಿಬ್ಬಂದಿ ಸಮಯ ಪ್ರಜ್ಞೆಯಿಂದ ವ್ಯಕ್ತಿ ಪಾರು
ETVBHARAT
today
3:59
कुरुक्षेत्र में मामूली बरसात ने खोली प्रशासनिक दावों की पोल, करोड़ों खर्च के बावजूद सब पानी-पानी
ETVBHARAT
today
2:28
ಒಂದು ಇಲಾಖೆಯ ತಪ್ಪಿಗೆ ಇಡೀ ಸರ್ಕಾರವನ್ನೇ ದೂಷಿಸುವುದು ಸರಿಯಲ್ಲ: ಡಾ.ಜಿ.ಪರಮೇಶ್ವರ್
ETVBHARAT
today
2:17
ਮੋਗਾ 'ਚ ਚੱਲੀਆਂ ਗੋਲੀਆਂ, ਬਦਮਾਸ਼ਾਂ ਨੇ ਘਰ ਦੇ ਬਾਹਰ ਬੈਠੇ ਨੌਜਵਾਨ 'ਤੇ ਕੀਤਾ ਜਾਨਲੇਵਾ ਹਮਲਾ
ETVBHARAT
today
2:09
হিন্দু দেৱতাক অপমান কৰি বন্দী হ’ল অনিচুৰ
ETVBHARAT
today