Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
Follow
1/7/2025
জোনাই : জোনাইৰ লালী নদীৰ বালি চাপৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অহা ১০, ১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা দ্বিতীয় পবা মহোৎসৱৰ দিন সলনি কৰা হৈছে ৷ অনিবাৰ্য কাৰণৱশত পূৰ্বে নিৰ্ধাৰিত দ্বিতীয় পবা মহোৎসৱৰ তাৰিখ ১০, ১১ আৰু ১২ জানুৱাৰীৰ পৰিৱৰ্তে আগন্তুক ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ৷উল্লেখ্য যে, জৈৱ বৈচিত্ৰৰ ভঁৰাল জোনাইৰ পবা অভয়াৰণ্যৰ লালী নদীৰ বালি চাপৰিত নৈসৰ্গিক সৌন্দৰ্য মাজত আয়োজন কৰা হ’ব পবা মহোৎসৱ ৷ এই মহোৎসৱতে পৰিৱেশ সজাগতাৰ বাবে কেবাটাও আলোচনা চক্ৰ, জংগল ট্ৰেকিং, নৌকা বিহাৰ, পৰম্পৰাগত খেল-ধেমালি, বণ্যপ্ৰাণী ফটোগ্ৰাফী, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা-তৰ্ক প্ৰতিযোগিতা, চৰাই নিৰীক্ষণ, কেম্প চাইট, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ আদি নানা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ৷লগতে পঢ়ক : লালী নদীৰ বালি চাপৰি সাজু হৈ উঠিছে পবা মহোৎসৱ আয়োজনৰ বাবেলগতে পঢ়ক : অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে...
Category
🗞
News
Transcript
Display full video transcript
00:00
we have to postpone our, you know, festival program from
00:04
Earlier we have decided a date which was on
00:08
10 11 and 12th of january, which was a very next week of this week and we have postponed it to the month of
00:15
February and the dates for february are 7 8 9 february. That is the weekend itself
00:21
and the reason we have why we have postponed this program is because the time when we propose the date of january, which is
00:29
Very short
00:30
Earlier, we thought that it would be quite an adequate time for all the people of jonai or people of assam to conduct this festival
00:36
but later on we got a request from all the
00:40
peripheral villages of poba that this is a quite short time for us to prepare as because
00:45
we are conducting exhibition come sale of
00:48
Ethnic food as well as ethnic traditional dresses. So this is a quite short period where they would be preparing all those
00:55
Local ethnic this is like oroapong nogginapong. So for that
00:59
Uh a time frame of at least 15 to 20 days is required
01:02
They didn't have any stock. So they requested us that at least if we could push the festival for at least two weeks
01:08
That would be very helpful
01:10
So by looking all those requests our festival committee as well as our neighborhood mla and our chief sir of missing autonomous council
01:17
pamananda sanyasar have decided that we should listen to the request of the people and
01:22
Push back the festival to the month of february 7 8 and 9 and with this I would like to add that all the
01:30
students from local schools and colleges who get associated with this festival because
01:34
We are conducting very exciting
01:36
Contest for all those people out here
01:39
for the very first time in june, we are conducting a
01:42
photo competition, we'll be listing out all the
01:45
contest details in
01:48
Our festival official facebook page so you can go there visit the
01:53
page and you can find out all the details about what would be the criteria what would be the eligibility conditions for
01:58
participating in the
02:00
photo exhibition come
02:02
Competition and this is a very golden opportunity of for people of june especially the student friends
02:08
to showcase your talent in
02:10
Photography and that is absolutely welcome with mobile photography as well as dslr and apart from that
02:16
We have debating competition with excellent subject related to phobar rainforest and then we have quiz competition
02:23
Essay writing competition. This is the very first time that you know on this phobar festival
02:28
We are adding up more and more editions up so that we get engaged with these students out there
02:32
So essay competition bring up all your ideas about phobar rainforest write down all your you know
02:39
All those details in the paper and go ahead and take the prize and apart from that
02:44
Uh this time as this is a festival of preservation and conservation we have
02:48
Engaged a special team out here so that we could conduct this festival with the proper legal proper legal way
02:55
That is looking with the theme of preservation and conservation
Recommended
0:24
|
Up next
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
0:41
ಚಲಿಸುತ್ತಿದ್ದ ರೈಲಿನಿಂದ ಬಿದ್ದ ಪ್ರಯಾಣಿಕ: ಮಾಜಿ ಸೈನಿಕ, ರೈಲ್ವೆ ಸಿಬ್ಬಂದಿ ಸಮಯ ಪ್ರಜ್ಞೆಯಿಂದ ವ್ಯಕ್ತಿ ಪಾರು
ETVBHARAT
today
3:59
कुरुक्षेत्र में मामूली बरसात ने खोली प्रशासनिक दावों की पोल, करोड़ों खर्च के बावजूद सब पानी-पानी
ETVBHARAT
today
2:28
ಒಂದು ಇಲಾಖೆಯ ತಪ್ಪಿಗೆ ಇಡೀ ಸರ್ಕಾರವನ್ನೇ ದೂಷಿಸುವುದು ಸರಿಯಲ್ಲ: ಡಾ.ಜಿ.ಪರಮೇಶ್ವರ್
ETVBHARAT
today
2:17
ਮੋਗਾ 'ਚ ਚੱਲੀਆਂ ਗੋਲੀਆਂ, ਬਦਮਾਸ਼ਾਂ ਨੇ ਘਰ ਦੇ ਬਾਹਰ ਬੈਠੇ ਨੌਜਵਾਨ 'ਤੇ ਕੀਤਾ ਜਾਨਲੇਵਾ ਹਮਲਾ
ETVBHARAT
today
2:09
হিন্দু দেৱতাক অপমান কৰি বন্দী হ’ল অনিচুৰ
ETVBHARAT
today
1:59
ஆம்பூர் அருகே லாரி விபத்து: முதியவர் படுகாயம்.. பதைபதைக்கும் சிசிடிவி காட்சி!
ETVBHARAT
today
1:56
ಹಣದ ವ್ಯವಹಾರದಲ್ಲಿ ಪರಿಚಿತನೊಂದಿಗೆ ಕಿರಿಕ್: ವಸೂಲಿಗಾಗಿ ಅಪಹರಿಸಿದ್ದ ಇಬ್ಬರ ಬಂಧನ
ETVBHARAT
today
2:21
બે કલાકમાં 4 ઇંચ વરસાદ ! વાપી પાણીથી તરબોળ, ઠેર ઠેર ભરાયું વરસાદી પાણી
ETVBHARAT
today
3:00
ବର୍ଷା ଏସବୁ ରୋଗ ଭୟ, କିପରି ରହିବେ ସତର୍କ ? କଣ କହୁଛନ୍ତି ସ୍ବାସ୍ଥ୍ୟ ବିଶେଷଜ୍ଞ
ETVBHARAT
today