Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
Follow
1/19/2025
হাফলং: উমৰাংছ' তিনি কিলো কলামাটিত অসম কয়লা খনিত দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক আজি উমৰাংছ'ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্যৰ খনি মন্ত্ৰী কৌশিক ৰায়ে । শনিবাৰে বিয়লি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা আৰু ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতত এই চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।চেক বিতৰণ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয়,"যোৱা দুই দিন আগতে মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি মৃত চাৰিজন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা আৰু ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ৪ লাখ টকাকৈ সৰ্বমুঠ ১০ লাখ টকা প্ৰদান কৰা হয় আৰু বাকী সন্ধানহীন ৫ জন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা প্ৰদান কৰা হয় । বাকী ৪ লাখ টকা পিচত প্ৰদান কৰা হ'ব ।" মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত লগতে কয়,"মৃত শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ ক্ষতিপূৰণ কৰা সম্ভৱ নহয় । কিন্তু এই শ্ৰমিকসকলৰ পৰিয়াল ভালদৰে চলাৰ বাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে । সন্ধানহীন ৫ গৰাকী শ্ৰমিকৰ উদ্ধাৰৰ চেষ্টা এতিয়া অব্যাহত আছে বৰ্তমানে প্ৰতিদিনে ১ হাজাৰ কোটি লিটাৰ পানী নিষ্কাষণ কৰা হৈছে ।"লগতে পঢ়ক: উমৰাংছ'ৰ কয়লা খনিত বাজিছে মৃত্যুঘন্টা; বৰ্তমানেও আবদ্ধ ৫ শ্ৰমিক - ASSAM MINING TRAGEDY
Category
🗞
News
Transcript
Display full video transcript
00:00
The government is not allowing me to see my husband so I am not allowed to see him.
00:07
The government is not allowing me to see my husband so I have to call him.
00:15
I have two sons. I have a son who is married.
00:22
I have two sons and he is married.
00:26
The government has issued an I.O.
00:29
The B.I.D.O.
00:32
Her name is Monita Burman
00:35
Her husband's name is Sharpa Burman
00:37
She has two sons
00:39
Two of them are married
00:41
The other one got married
00:43
That's why the government has issued an I.O.
00:47
The government should make an announcement
00:50
They shouldn't do this
00:52
They should send the dead body
00:54
What was supposed to happen has happened
00:58
But the government has issued an I.O.
01:03
I think it's a good thing
01:06
But this shouldn't happen in the future
01:11
And secondly
01:13
We got the cheque today
01:15
We got the money
01:16
But there is no happiness in this
01:18
We have given our lives for this
01:20
For this, I want to say
01:23
Her wife and son
01:27
They are two months old
01:28
The government has to do something for their future
01:31
That's why I am old
01:33
I am 54 years old
01:36
I am married to my family
01:39
How old are you?
01:40
He is my younger son-in-law
01:43
What's your name?
01:44
Lijan Magar
01:45
We are here today
01:47
On 6th January
01:49
At Kalamati Umbrang Sujai
01:51
Nine people were missing
01:56
I am here to inform you
01:59
Five people are missing
02:01
Chief Minister Dr. Himanta Biswa Sharma Dangoria
02:04
Two days ago
02:06
There was a cabinet meeting in Morigaon
02:09
The government has given Rs. 10 lakhs for the missing people
02:16
Today, I have received Rs. 10 lakhs
02:19
For the dead bodies
02:21
I have handed over Rs. 100 lakhs to the Chief Minister
02:28
And I have handed over Rs. 10 lakhs to Ashdam
02:36
There are five missing people
02:42
I have handed over Rs. 100 lakhs to the Chief Minister
02:46
I am waiting for the dewatering work to be done
02:50
I will hand over the remaining Rs. 100 lakhs to the Chief Minister
Recommended
1:06
|
Up next
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
1:17
बनारस में 4 मुख्यमंत्रियों के साथ बैठक कर रहे गृहमंत्री अमित शाह; सीमा सुरक्षा-घुसपैठ समेत कई मुद्दों पर हो रही चर्चा
ETVBHARAT
today
1:06
লাগাতার বৃষ্টিতে ক্ষতিগ্রস্ত বাংলা-সিকিম লাইফ লাইন, 10 নম্বর জাতীয় সড়ক ধস; বন্ধ যান চলাচল
ETVBHARAT
today
1:09
ദുരന്തം കവർന്ന സ്വപ്നങ്ങൾ: അഹമ്മദാബാദ് വിമാന അപകടത്തിൽ മരിച്ച രഞ്ജിതയുടെ മൃതദേഹം നാട്ടിലെത്തിച്ചു
ETVBHARAT
today
3:21
নিতৌ ১২০ লিটাৰ গাখীৰ বিক্ৰী কৰি হ'ল মহালাখপতি বাইদেউ
ETVBHARAT
today
0:41
ಚಲಿಸುತ್ತಿದ್ದ ರೈಲಿನಿಂದ ಬಿದ್ದ ಪ್ರಯಾಣಿಕ: ಮಾಜಿ ಸೈನಿಕ, ರೈಲ್ವೆ ಸಿಬ್ಬಂದಿ ಸಮಯ ಪ್ರಜ್ಞೆಯಿಂದ ವ್ಯಕ್ತಿ ಪಾರು
ETVBHARAT
today
3:59
कुरुक्षेत्र में मामूली बरसात ने खोली प्रशासनिक दावों की पोल, करोड़ों खर्च के बावजूद सब पानी-पानी
ETVBHARAT
today
2:28
ಒಂದು ಇಲಾಖೆಯ ತಪ್ಪಿಗೆ ಇಡೀ ಸರ್ಕಾರವನ್ನೇ ದೂಷಿಸುವುದು ಸರಿಯಲ್ಲ: ಡಾ.ಜಿ.ಪರಮೇಶ್ವರ್
ETVBHARAT
today
2:17
ਮੋਗਾ 'ਚ ਚੱਲੀਆਂ ਗੋਲੀਆਂ, ਬਦਮਾਸ਼ਾਂ ਨੇ ਘਰ ਦੇ ਬਾਹਰ ਬੈਠੇ ਨੌਜਵਾਨ 'ਤੇ ਕੀਤਾ ਜਾਨਲੇਵਾ ਹਮਲਾ
ETVBHARAT
today
2:09
হিন্দু দেৱতাক অপমান কৰি বন্দী হ’ল অনিচুৰ
ETVBHARAT
today