Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
ষষ্ঠ সংখ্যক পক্ষী গণনাক লৈ আশাবাদী গণনাকাৰী
ETVBHARAT
Follow
1/12/2025
কাজিৰঙা: কাজিৰঙাত আৰম্ভ হৈছে ষষ্ঠ সংখ্যক পক্ষী গণনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচটা বনাঞ্চলৰ শতাধিক বিল আৰু জলাশয়ত আৰম্ভ হয় ষষ্ঠ বিভাগীয় পক্ষী গণনা । এই গণনাত আৰ্দ্ৰভুমিৰ ওপৰত নিৰ্ভৰশীল জলাশয় পক্ষীৰ লগতে জলাশয়ৰ ওপৰত নিৰ্ভৰশীল বাকীবোৰ পক্ষীৰ প্ৰজাতিৰো গণনা কৰা হয় । অসমৰ বিভিন্ন স্থানৰ অভিজ্ঞ পক্ষী নিৰীক্ষক আৰু বন বিষয়াকে মুঠ ৪৮ গৰাকী গণনাকাৰীয়ে প্ৰথম দিনা পক্ষী গননাত অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰীয় উদ্যানখনত ১১ তাৰিখে পুৱাৰে পৰা পক্ষী গণনা আৰম্ভ হয় । সুচাৰুৰূপে সম্পন্ন হোৱা গণনাৰ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ লাওখোৱা বুঢ়াচাপৰিত ষষ্ঠ সংখ্যক পক্ষী গণনা সম্পন্ন হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ কৰে । আনহাতে বিগত বৰ্ষৰ গণনাৰ সময়ত পোৱা গৈছিল ১০ টা দুৰ্লভ আৰু বিলুপ্তিপ্ৰায় পক্ষী । ইয়াৰে ভিতৰত Gul billed Turn দেশৰ ভিতৰত প্ৰথম দেখা পোৱা গৈছিল কাজিৰঙাত আৰু এইবাৰৰ গণনাতো তেনে কিছু দুৰ্লভ পক্ষী দেখা পোৱাৰ আশা কৰিছে স্থানীয় টুৰিষ্ট গাইড সকলে ।লগতে পঢ়ক: পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া আৰম্ভ - KAZIRANGA NATIONAL PARKপৰিভ্ৰমী পক্ষীৰে জাতিষ্কাৰ লাওঁখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য - Samaguri News
Category
🗞
News
Transcript
Display full video transcript
00:00
Yes, I have been working on it for three to four years now.
00:03
I have been working on it for six years now.
00:08
I have been working on it for three days now.
00:13
I hope it will be successful.
00:14
I have a lot of workers here.
00:17
Even though the number of workers is low, I have been working on it for a year.
00:21
I have been working on it so that the number of workers can increase.
00:28
I hope that the number of workers will continue to increase.
00:32
I have three divisions of the employment department.
00:36
I will start work on my employment after the employment department is finished.
00:38
I have been working in the employment department.
00:40
The number of workers here is very good.
00:43
I'm working on many projects that require workers.
00:47
I have a small shop where I sell different products.
00:49
I have a small shop where I sell different products.
00:50
I sell basic goods for my customers.
00:54
I also have a shop for small motorbikes.
00:57
There is a reddish-yellow colour, grey-legged goose, black-eyed ibis, and a variety of other species.
01:15
In the beginning, you have done a lot of research.
01:18
You have given a lot of information about the local species.
01:24
There is a water bird of different species.
01:29
This water bird has kept an eye on us.
01:34
It is very curious.
01:38
I think it will be very interesting to meet you.
01:42
Thank you very much.
Recommended
3:23
|
Up next
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
3:05
নগাঁও ভোগালী বিহু উৎসৱত নাওখেল প্ৰতিযোগিতা
ETVBHARAT
1/19/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
1/12/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
1:53
মাজুলী বনগাঁৱত সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
ETVBHARAT
1/10/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
4/17/2025
0:53
দুৰ্ঘটনাত মৈৰাবাৰী কলেজৰ অধ্যাপিকাৰ মৃত্যু
ETVBHARAT
1/7/2025
1:57
Iran Launches Missile Attacks On US Bases In Qatar And Iraq
ETVBHARAT
today
1:42
లంకెలపాలెంలో లారీ బీభత్సం - ముగ్గురు మృతి
ETVBHARAT
today
1:47
జగన్ పర్యటనలో మరో యువకుడు మృతి - ఆలస్యంగా వెలుగులోకి
ETVBHARAT
today
2:55
9 రోజుల్లో రూ.9 వేల కోట్లు జమ - నేడు 'రైతు భరోసా' విజయోత్సవాలు
ETVBHARAT
today
3:11
गरियाबंद में राशन के लिए मची भगदड़, तीन महीने का एक साथ दिया जा रहा पीडीएस का चावल
ETVBHARAT
today
1:45
પેરેલીસીસનો એટેક છતાં 25 વર્ષથી ભગવાન જગન્નાથ માટે સાફો બનાવતા પ્રફુલ્લાબેન, જુઓ આ વર્ષે કેવો હશે સાફો ?
ETVBHARAT
today
5:13
చౌటుప్పల్ టు సంగారెడ్డి వరకు ఆర్ఆర్ఆర్ - 'బనకచర్ల'పై ఎందాకైనా : కేబినెట్ నిర్ణయాలివే
ETVBHARAT
today