Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
মাজুলী বনগাঁৱত সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
ETVBHARAT
Follow
1/10/2025
মাজুলী: শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ কাব্যশাস্ত্ৰী লক্ষ্যচন্দ্ৰ আতাৰ সোঁৱৰণত বনগাঁও টাউন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা । দুই লাখ টকা প্ৰাইজমানিৰে শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি । এই প্ৰতিযোগিতাখনত বিজয়ী দলক ট্ৰফীসহ নগদ ১ লাখ টকাৰ পুৰস্কাৰ আৰু বিজেতা দলক ট্ৰফীসহ নগদ ৭০,০০০ টকা দিয়া হ'ব । ইয়াৰ উপৰিও মেন অব দা ছিৰিজ ১০,০০০ টকা, ফাইনেল খেলত মেন অফ দা মেচ ৫০০০ টকা, প্ৰতিযোগিতা খনৰ বেষ্ট বেটছমেন ৫০০০ টকা, আৰুবেষ্ট বলৰ ৫০০০ টকা দিয়া হ'ব বুলি আয়োজক সকলে জানিবলৈ দিছে । অধিক জানিবৰ বাবে এই নম্বৰত 8135063934 / 8133909180 যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে । আজি পুৱা, বৃক্ষ ৰোপণ, চাফাই অভিযান কাৰ্যসূচীৰে এই প্ৰতিযোগিতাখনিৰ আৰম্ভণি ঘটিছে । সকলো ক্ৰিকেটপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে । লগতে পঢ়ক: ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়সূচী মুকলি - NATIONAL GAMES CALENDAR RELEASEDৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা; কোনে পালে ১ লাখৰ পুৰস্কাৰ ? - DIBRUGARH FOOTBALL TOURNAMENT
Category
🗞
News
Transcript
Display full video transcript
00:00
This is a test flight of the Boeing 787-9 Dreamliner.
00:10
This is a test flight of the Boeing 787-9 Dreamliner.
00:20
This is a test flight of the Boeing 787-9 Dreamliner.
00:30
This is a test flight of the Boeing 787-9 Dreamliner.
00:40
This is a test flight of the Boeing 787-9 Dreamliner.
00:50
This is a test flight of the Boeing 787-9 Dreamliner.
01:00
This is a test flight of the Boeing 787-9 Dreamliner.
01:10
This is a test flight of the Boeing 787-9 Dreamliner.
01:20
This is a test flight of the Boeing 787-9 Dreamliner.
01:30
This is a test flight of the Boeing 787-9 Dreamliner.
01:40
This is a test flight of the Boeing 787-9 Dreamliner.
Recommended
2:43
|
Up next
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
1/12/2025
3:30
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
1/13/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
3:12
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
1/9/2025
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
1/12/2025
3:48
২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব: ৰকিবুল হুছেইন
ETVBHARAT
1/12/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
1:45
ষষ্ঠ সংখ্যক পক্ষী গণনাক লৈ আশাবাদী গণনাকাৰী
ETVBHARAT
1/12/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
1:17
बनारस में 4 मुख्यमंत्रियों के साथ बैठक कर रहे गृहमंत्री अमित शाह; सीमा सुरक्षा-घुसपैठ समेत कई मुद्दों पर हो रही चर्चा
ETVBHARAT
today
1:06
লাগাতার বৃষ্টিতে ক্ষতিগ্রস্ত বাংলা-সিকিম লাইফ লাইন, 10 নম্বর জাতীয় সড়ক ধস; বন্ধ যান চলাচল
ETVBHARAT
today
1:09
ദുരന്തം കവർന്ന സ്വപ്നങ്ങൾ: അഹമ്മദാബാദ് വിമാന അപകടത്തിൽ മരിച്ച രഞ്ജിതയുടെ മൃതദേഹം നാട്ടിലെത്തിച്ചു
ETVBHARAT
today
3:21
নিতৌ ১২০ লিটাৰ গাখীৰ বিক্ৰী কৰি হ'ল মহালাখপতি বাইদেউ
ETVBHARAT
today
0:41
ಚಲಿಸುತ್ತಿದ್ದ ರೈಲಿನಿಂದ ಬಿದ್ದ ಪ್ರಯಾಣಿಕ: ಮಾಜಿ ಸೈನಿಕ, ರೈಲ್ವೆ ಸಿಬ್ಬಂದಿ ಸಮಯ ಪ್ರಜ್ಞೆಯಿಂದ ವ್ಯಕ್ತಿ ಪಾರು
ETVBHARAT
today
3:59
कुरुक्षेत्र में मामूली बरसात ने खोली प्रशासनिक दावों की पोल, करोड़ों खर्च के बावजूद सब पानी-पानी
ETVBHARAT
today
2:28
ಒಂದು ಇಲಾಖೆಯ ತಪ್ಪಿಗೆ ಇಡೀ ಸರ್ಕಾರವನ್ನೇ ದೂಷಿಸುವುದು ಸರಿಯಲ್ಲ: ಡಾ.ಜಿ.ಪರಮೇಶ್ವರ್
ETVBHARAT
today
2:17
ਮੋਗਾ 'ਚ ਚੱਲੀਆਂ ਗੋਲੀਆਂ, ਬਦਮਾਸ਼ਾਂ ਨੇ ਘਰ ਦੇ ਬਾਹਰ ਬੈਠੇ ਨੌਜਵਾਨ 'ਤੇ ਕੀਤਾ ਜਾਨਲੇਵਾ ਹਮਲਾ
ETVBHARAT
today
2:09
হিন্দু দেৱতাক অপমান কৰি বন্দী হ’ল অনিচুৰ
ETVBHARAT
today