Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব: ৰকিবুল হুছেইন
ETVBHARAT
Follow
1/12/2025
বৰপেটা: শনিবাৰে বৰপেটাৰ চেঙাত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে । বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মুছলমান গাঁৱত শনিবাৰে সন্ধিয়া দলীয় কৰ্মকৰ্তাক সংগ দিয়াৰ উদ্দেশ্যত উপস্থিত হয় সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে কয়,"অসমৰ চৌদিশে এতিয়া কেৱল মাত্ৰ ছিণ্ডিকেট আৰু কয়লা, পান-তামোল, গৰু, কাঠ সকলো সামগ্ৰীৰে ছিণ্ডিকেট চলি আছে, সেয়া জল জল পট-পট হৈছে । এইখন চৰকাৰ ছিণ্ডিকেটত সম্পূৰ্নভাৱে জড়িত তাত কোনো সন্দেহ নাই আৰু সেই কথা উমৰাংছৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৱে উদঙাই দিছে ।"ইয়াৰোপৰি সাংসদ হুছেইনে কয়,"পঞ্চায়ত নিৰ্বাচন সঠিক সময়ত অনুষ্ঠিত কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা । নীতি নিয়ম নামানি জধে মধে কেবিনেটত অস্বাভাৱিক সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে । ২০২৬ চনৰ আগতে অসমৰ বিজেপি চৰকাৰ পতন হ'ব সেয়া নিশ্চিত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই কথাৰ উমান পাইছে যাৰ কাৰণে শংকিত হৈছে ।"লগতে পঢ়ক: কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDYব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ - CHINAS RIVER DAM IN BRAHMAPUTRA
Category
🗞
News
Transcript
Display full video transcript
00:00
It is very clear that there is a lack of government support for this kind of work.
00:06
It is very dangerous, and that is why we have come to this meeting today.
00:10
There is a lot of talk going on in all directions.
00:12
There is talk of Chinchukya, there is talk of Bankasa, there is talk of Guluganj.
00:19
There is a lot of talk going on.
00:23
There is talk of coal, there is talk of pan.
00:28
There is a lot of talk going on in all directions.
00:30
There is a lot of talk going on in all directions.
00:31
There is a lot of talk going on in all directions.
00:32
There is a lot of talk going on in all directions.
00:33
There is a lot of talk going on in all directions.
00:34
There is a lot of talk going on in all directions.
00:35
There is a lot of talk going on in all directions.
00:36
There is a lot of talk going on in all directions.
00:37
There is a lot of talk going on in all directions.
00:38
There is a lot of talk going on in all directions.
00:39
There is a lot of talk going on in all directions.
00:40
There is a lot of talk going on in all directions.
00:41
There is a lot of talk going on in all directions.
00:42
There is a lot of talk going on in all directions.
00:43
There is a lot of talk going on in all directions.
00:44
There is a lot of talk going on in all directions.
00:58
There is a lot of talk going on in all directions.
01:19
There is a lot of talk going on in all directions.
01:47
There is a lot of talk going on in all directions.
02:15
There is a lot of talk going on in all directions.
02:43
There is a lot of talk going on in all directions.
03:11
There is a lot of talk going on in all directions.
03:39
There is a lot of talk going on in all directions.
Recommended
3:12
|
Up next
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
1/9/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
3:30
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
1/13/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
1/12/2025
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
1/12/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
1:53
মাজুলী বনগাঁৱত সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
ETVBHARAT
1/10/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
1:52
ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন
ETVBHARAT
6/8/2025
0:53
দুৰ্ঘটনাত মৈৰাবাৰী কলেজৰ অধ্যাপিকাৰ মৃত্যু
ETVBHARAT
1/7/2025
1:11
পৰম্পৰা ৰক্ষা কৰি গৰু নোৱাই-ধুৱাই আশিস ল'লে মন্ত্ৰী কেশৱ মহন্তই
ETVBHARAT
4/14/2025
4:12
ভোগালীৰ প্ৰস্তুতিৰ মাজতেই বনৰজাৰ বিচৰণ-গঁড়ৰ আতংক
ETVBHARAT
1/13/2025
3:05
নগাঁও ভোগালী বিহু উৎসৱত নাওখেল প্ৰতিযোগিতা
ETVBHARAT
1/19/2025
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
4/17/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
1:57
Iran Launches Missile Attacks On US Bases In Qatar And Iraq
ETVBHARAT
today
1:42
లంకెలపాలెంలో లారీ బీభత్సం - ముగ్గురు మృతి
ETVBHARAT
today
1:47
జగన్ పర్యటనలో మరో యువకుడు మృతి - ఆలస్యంగా వెలుగులోకి
ETVBHARAT
today
2:55
9 రోజుల్లో రూ.9 వేల కోట్లు జమ - నేడు 'రైతు భరోసా' విజయోత్సవాలు
ETVBHARAT
today
3:11
गरियाबंद में राशन के लिए मची भगदड़, तीन महीने का एक साथ दिया जा रहा पीडीएस का चावल
ETVBHARAT
today