Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
Follow
1/13/2025
টীয়ক : চোতালত ভোগৰ উৎসৱ ভোগালী । সকলো ব্যস্ত ভোগালীক আদৰাত । এয়া টীয়কৰ কাকজান দুলীয়াগাঁৱৰ এখন বিশেষ আখলৰ পৰিৱেশ । ৰূপাজ্যোতি বৰা নামৰ এগৰাকী উদ্যোগী মহিলাই আজিৰে পৰা কিছু বছৰ পূৰ্বে গাঁৱৰে কেইবাগৰাকীও মহিলাক লৈ আৰম্ভ কৰিছিল থলুৱা পিঠা প্ৰস্তুতৰ এক ব্যৱস্থা ।বৰ্তমান এই ব্যৱস্থা উদ্যোগত পৰিণত হৈছে । এইবাৰ বিহু বুলি লক্ষাধিক পিঠা প্ৰস্তুত কৰি টীয়ক, যোৰহাট, শিৱসাগৰ আদি স্থানলৈ প্ৰেৰণ কৰিছে । প্ৰায় ১০-১৫ এগৰাকী মহিলাই দিনে-নিশাই তিল পিঠা, ঘিলা পিঠা, পাটি চেপ্টা, নাৰিকলৰ লাড়ু আদি প্ৰস্তুতত ব্যস্ত সকলো ।উদ্যোগী মহিলা ৰূপাজ্যোতি বৰাই কয়, "বৰ্তমান কেঁচা সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে পিঠাৰ বজাৰখনত । হিতাধিকাৰী সৃষ্টিৰ বাবে বৰ্তমান কাম অথবা খেতি কৰাৰ প্ৰৱণতা কমি যোৱাৰ বাবে বজাৰত থলুৱা সামগ্ৰীৰ দাম বৃদ্ধি হৈছে । এইটো জাতিটোৰ বাবে শুভ লক্ষণ নহয় ।"সেয়ে বিনামূলীয়া আঁচনিৰ পাছত নদৌৰি তথা হিতাধিকাৰী হোৱাতকৈ কৰ্মসংস্কৃতি গঢ়ি সমূহ ৰাইজক নিজৰ জীৱন-জীৱিকা সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে এইগৰাকী আদৰ্শ মহিলাই ।লগতে পঢ়ক :মাছৰ সোমবাৰ ! কেৱল মাছ আৰু মাছ... ক'ত ওলাল কিমান ওজনৰ ? - URUKA FISH MARKET ASSAMলগতে পঢ়ক :তেজপুৰত আবাল-বৃদ্ধ-বণিতাৰ লগে-ভাগে উৰুকাৰ এসাঁজ: ৪৫ কেজি ওজনৰ বাহু বিশেষ আকৰ্ষণ - MAGH BIHU 2025
Category
🗞
News
Transcript
Display full video transcript
00:00
If people don't work, they don't get the 1250 rupees, they don't get the free tea, they don't get the shawl.
00:05
This is the main reason why I have lost my identity.
00:10
It has affected me a lot.
00:13
If I didn't have this, I wouldn't have been able to get married.
00:30
This is the main reason why I have lost my identity.
00:35
This is the main reason why I have lost my identity.
00:40
This is the main reason why I have lost my identity.
00:45
This is the main reason why I have lost my identity.
00:50
This is the main reason why I have lost my identity.
00:55
This is the main reason why I have lost my identity.
00:59
This is the main reason why I have lost my identity.
01:29
This is the main reason why I have lost my identity.
01:34
This is the main reason why I have lost my identity.
01:39
This is the main reason why I have lost my identity.
01:44
This is the main reason why I have lost my identity.
01:49
This is the main reason why I have lost my identity.
01:54
This is the main reason why I have lost my identity.
01:59
This is the main reason why I have lost my identity.
02:04
This is the main reason why I have lost my identity.
02:09
This is the main reason why I have lost my identity.
02:14
This is the main reason why I have lost my identity.
02:19
This is the main reason why I have lost my identity.
02:24
This is the main reason why I have lost my identity.
02:29
This is the main reason why I have lost my identity.
02:34
This is the main reason why I have lost my identity.
02:39
This is the main reason why I have lost my identity.
02:44
This is the main reason why I have lost my identity.
02:49
This is the main reason why I have lost my identity.
02:54
This is the main reason why I have lost my identity.
02:59
This is the main reason why I have lost my identity.
03:04
This is the main reason why I have lost my identity.
03:09
This is the main reason why I have lost my identity.
03:14
This is the main reason why I have lost my identity.
03:19
This is the main reason why I have lost my identity.
03:24
This is the main reason why I have lost my identity.
Recommended
2:12
|
Up next
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
3:12
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
1/9/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
1:11
পৰম্পৰা ৰক্ষা কৰি গৰু নোৱাই-ধুৱাই আশিস ল'লে মন্ত্ৰী কেশৱ মহন্তই
ETVBHARAT
4/14/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
1:52
ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন
ETVBHARAT
6/8/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
1/12/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
1/12/2025
3:48
২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব: ৰকিবুল হুছেইন
ETVBHARAT
1/12/2025
1:53
মাজুলী বনগাঁৱত সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
ETVBHARAT
1/10/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
4/17/2025
1:17
बनारस में 4 मुख्यमंत्रियों के साथ बैठक कर रहे गृहमंत्री अमित शाह; सीमा सुरक्षा-घुसपैठ समेत कई मुद्दों पर हो रही चर्चा
ETVBHARAT
today
1:06
লাগাতার বৃষ্টিতে ক্ষতিগ্রস্ত বাংলা-সিকিম লাইফ লাইন, 10 নম্বর জাতীয় সড়ক ধস; বন্ধ যান চলাচল
ETVBHARAT
today
1:09
ദുരന്തം കവർന്ന സ്വപ്നങ്ങൾ: അഹമ്മദാബാദ് വിമാന അപകടത്തിൽ മരിച്ച രഞ്ജിതയുടെ മൃതദേഹം നാട്ടിലെത്തിച്ചു
ETVBHARAT
today
3:21
নিতৌ ১২০ লিটাৰ গাখীৰ বিক্ৰী কৰি হ'ল মহালাখপতি বাইদেউ
ETVBHARAT
today
0:41
ಚಲಿಸುತ್ತಿದ್ದ ರೈಲಿನಿಂದ ಬಿದ್ದ ಪ್ರಯಾಣಿಕ: ಮಾಜಿ ಸೈನಿಕ, ರೈಲ್ವೆ ಸಿಬ್ಬಂದಿ ಸಮಯ ಪ್ರಜ್ಞೆಯಿಂದ ವ್ಯಕ್ತಿ ಪಾರು
ETVBHARAT
today
3:59
कुरुक्षेत्र में मामूली बरसात ने खोली प्रशासनिक दावों की पोल, करोड़ों खर्च के बावजूद सब पानी-पानी
ETVBHARAT
today
2:28
ಒಂದು ಇಲಾಖೆಯ ತಪ್ಪಿಗೆ ಇಡೀ ಸರ್ಕಾರವನ್ನೇ ದೂಷಿಸುವುದು ಸರಿಯಲ್ಲ: ಡಾ.ಜಿ.ಪರಮೇಶ್ವರ್
ETVBHARAT
today