Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Bookmark
Share
Add to Playlist
Report
ঢেঁকীয়াপতীয়াৰ মৃতদেহ উদ্ধাৰ বুঢ়াপাহাৰ বনাঞ্চলত
ETVBHARAT
Follow
5/25/2025
কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত উদ্ধাৰ ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ । ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বাহুবিল বনশিবিৰ এলেকাত উদ্ধাৰ হয় বাঘটোৰ মৃতদেহ। শনিবাৰেই এই বিষয়ে তথ্য় লাভ কৰিছিল যদিও ঘটনাস্থলীত দেওবাৰে পুৱাহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ-বন বিষয়া অৰুণ বিগনেশসহ চিকিৎসকৰ দল উপস্থিত হৈ বাঘটোৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে । উপ-বন বিষয়া অৰুণ বিগনেশে কয়, "প্ৰায় এবছৰীয়া মতা বাঘৰ পোৱালীটো আন বাঘৰ আক্ৰমণত মৃত্যু হৈছে । বিভাগীয় নিয়ম অনুসৰি বাঘটোক বাহুবিল বনশিবিৰৰ এলেকাত সৎকাৰ কৰা হয় ।" উল্লেখ্য় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান সময়ত এশিঙীয়া গঁড়ৰ লগতে ঢেঁকীয়াপতীয়া বাঘ দৰ্শনাৰ্থীৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে । বিশেষকৈ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ দৰ্শন সুলভ ।লগতে পঢ়ক:পাকে ব্যাঘ্র প্ৰকল্পৰ সমীপত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সংস্থাপন হ’ব ANIDER - PAKKE TIGER RESERVEঅৰুণাচলৰ পাকে ব্যাঘ্র প্ৰকল্পত বৃদ্ধি পাইছে বাঘৰ সংখ্যা - PAKKE TIGER RESERVE
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Recommended
1:19
|
Up next
मंदसौर में दोस्त की अंतिम इच्छा पूरी करने मंगा लिया डीजे, नाचे 2 जिगरी यार
ETVBHARAT
today
1:02
सीधी में हॉस्टल वार्डन के बच्चे को दुलार करना पड़ा महंगा, पीटकर छात्रा को किया बेहोश
ETVBHARAT
today
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1/10/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1/7/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
3:05
নগাঁও ভোগালী বিহু উৎসৱত নাওখেল প্ৰতিযোগিতা
ETVBHARAT
1/19/2025
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
5/1/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
1:45
ষষ্ঠ সংখ্যক পক্ষী গণনাক লৈ আশাবাদী গণনাকাৰী
ETVBHARAT
1/12/2025
2:22
হীম সনা শীতৰ নিশা মাজুলীত শিল বৰষুণ
ETVBHARAT
1/8/2025
4:12
ভোগালীৰ প্ৰস্তুতিৰ মাজতেই বনৰজাৰ বিচৰণ-গঁড়ৰ আতংক
ETVBHARAT
1/13/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1/16/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
4:26
नूंह के सरकारी अस्पताल में डिलीवरी के दौरान बच्चे का कटा हाथ, हकीकत पता चलते ही मचा हंगामा
ETVBHARAT
today
2:57
भूपेश बघेल की मां के नाम पर बना गार्डन सील, मचा सियासी हंगामा, कांग्रेस का बीजेपी पर हमला
ETVBHARAT
today
0:51
માણસ જેવો શ્વાન, માણસ જેવો વિયોગ: કડીમાં જાફરની અનોખી અંતિમયાત્રા
ETVBHARAT
today
2:46
মুকেশ সুযোগ না-পাওয়ায় হতাশ, ইংল্য়ান্ডে ব্য়াটাররা মুগ্ধ করেছে মহারাজকে
ETVBHARAT
today