Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
Follow
1/16/2025
Intro:গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।Body:দুদিন পুৰ্বে মঞ্চত গীত পৰিৱেশন কৰি থাকোতে আকস্মিক ভাৱে মৃত্যু হোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে গোলাঘাট জিলাৰ সাধাৰণ জনতা। কোনেও শিল্পী গৰাকীৰ মৃত্যু সাধাৰণ ভাৱে ল'ব পৰা নাই। এই জাতি, মাটি, ভেটিৰ গীত গোৱা শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি গোলাঘাট নগৰৰ চুক্যাফাৰ প্ৰতিমূৰ্ত্তিৰ তলত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহন গোলাঘাট জিলা সমিতিৰ সভাপতি, সম্পাদক, মহকুমা সমিতিৰ সভাপতি, সম্পদকৰ লগতে গোলাঘাটৰ জেষ্ঠ সাংবাদিক অপুৰ্ব বল্লৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহনে অংশগ্ৰহণ কৰি কয় যে অতিকৈ মৰ্মাহত হৈছোঁ যে আমাৰ শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ তথা ৰাইজৰ শিল্পী ৰাজীৱ শদিয়া দুদিনৰ পুৰ্বে পৰলোক প্ৰাপ্তি হৈছে আমি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি গোলাঘাট জিলাৰ নগৰৰ মাজমজিয়াত অৱস্থিত চুক্যাফা আৱৰ্ক্ষ মুৰ্ত্তিৰ তলত তেখেতৰ মৃত্যুৰ তৃতীয় দিনা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু মহকুমা সমিতিৰ সহযোগত তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা বাবে বন্তি প্ৰজ্বলন কৰিছোঁ। তেওঁ য'তেই থাকক তেওঁৰ আত্মাৰ চিৰ শান্তি লাভ কৰক সেইয়া কামনা কৰিছোঁ।Conclusion:Byte গৌতম লাহন প্ৰচাৰ সম্পাদক কেন্দ্ৰীয় সমিতি গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ E TV BHARAT
Category
🗞
News
Transcript
Display full video transcript
00:00
Hello, my name is Mohanjee. I am a student here at Bity Medho School.
00:09
I have been here for four months now.
00:14
I have been working here for fifteen years.
00:19
I do my homework, do my homework and do my homework.
00:30
So I'm all out of this, so I'm all out of this, so I'm all out of this, so I'm all
00:59
out of this, so I'm all out of this, so I'm all out of this, so I'm all out of this,
01:23
and
01:42
I want to say thank you.
Recommended
3:40
|
Up next
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1/18/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1/18/2025
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1/12/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
4/25/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
4/11/2025
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1/13/2025
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4/14/2025
1:18
कान साफ करने वाले ने 35 हजार रुपयों पर साफ कर दिए हाथ
ETVBHARAT
today
4:09
असली नोटों की पतंगें, 92000 तक कीमत, लूटने वाले की लगती लाटरी
ETVBHARAT
today
1:57
Iran Launches Missile Attacks On US Bases In Qatar And Iraq
ETVBHARAT
today
1:42
లంకెలపాలెంలో లారీ బీభత్సం - ముగ్గురు మృతి
ETVBHARAT
today
1:47
జగన్ పర్యటనలో మరో యువకుడు మృతి - ఆలస్యంగా వెలుగులోకి
ETVBHARAT
today
2:55
9 రోజుల్లో రూ.9 వేల కోట్లు జమ - నేడు 'రైతు భరోసా' విజయోత్సవాలు
ETVBHARAT
today
3:11
गरियाबंद में राशन के लिए मची भगदड़, तीन महीने का एक साथ दिया जा रहा पीडीएस का चावल
ETVBHARAT
today
1:45
પેરેલીસીસનો એટેક છતાં 25 વર્ષથી ભગવાન જગન્નાથ માટે સાફો બનાવતા પ્રફુલ્લાબેન, જુઓ આ વર્ષે કેવો હશે સાફો ?
ETVBHARAT
today
5:13
చౌటుప్పల్ టు సంగారెడ్డి వరకు ఆర్ఆర్ఆర్ - 'బనకచర్ల'పై ఎందాకైనా : కేబినెట్ నిర్ణయాలివే
ETVBHARAT
today
2:23
एक फोन कॉल और 7 लाख 11 हजार डेबिट, किसान की खून पसीने की कमाई गायब
ETVBHARAT
today
0:24
गोलियों की गूंज से दहली दिल्ली! मोबाइल लूटकर मर्डर करने वाला बदमाश गिरफ्तार
ETVBHARAT
today
8:32
यूपी का एक ऐसा इंटरनेशनल एयरपोर्ट, जहां से नहीं उड़ती एक भी फ्लाइट; 270 करोड़ से तैयार हुआ, PM मोदी ने 4 साल पहले किया था उद्घाटन
ETVBHARAT
today