Skip to player
Skip to main content
Skip to footer
Search
Connect
Watch fullscreen
Like
Comments
Bookmark
Share
Add to Playlist
Report
এগৰাকী সৎ আৰক্ষী বিষয়া হ'ব খোজে মাজুলীৰ লক্ষ্যজিত শইকীয়াই
ETVBHARAT
Follow
4/11/2025
মাজুলী: দাৰিদ্ৰতা যে কোনো কাৰণতে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে মাজুলীৰ দক্ষিণপাট নাওশালী গাঁৱৰ এগৰাকী ছাত্ৰ লক্ষ্যজিত শইকীয়াই । দক্ষিণপাট নাওশালী গাঁৱৰ এইগৰাকী ছাত্ৰই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪টা বিষয়ত লেটাৰসহ ৮২% নম্বৰৰে উত্তীৰ্ণ হৈ নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হ'ল । এইগৰাকী মেধাৱী ছাত্ৰ লক্ষজিত শইকীয়াৰ পিতৃ পুতুল শইকীয়াই দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে । আন দহজন ছাত্ৰৰ দৰে এইগৰাকী মেধাৱী ছাত্ৰক পিতৃ-মাতৃয়ে পঢ়িবৰ বাবে ভালদৰে সা-সুবিধা দিব পৰা নাছিল । অতি কষ্টৰে পঢ়া-শুনা কৰা পুত্ৰৰ এই সফলতাই এতিয়া সুখৰ চকুলো বোৱাইছে পিতৃ-মাতৃৰ মুখলৈ । এইগৰাকী মেধাৱী ছাত্ৰৰ মাতৃয়ে জনোৱা মতে অতি কষ্টৰে পঢ়া-শুনা কৰি আজি লক্ষ্যজিতে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যৎ দিনত আগবঢ়াই নিবলৈ যিমান পাৰি চেষ্টা কৰিব বুলি তেওঁ উল্লেখ কৰে । ভৱিষ্যতে এগৰাকী সৎ আৰক্ষী বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰগৰাকীয়ে ।লগতে পঢ়ক: শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কথা মানি চলাটোৱেই প্ৰকৃত মূলমন্ত্ৰ: সপ্তাৰ্শ্ব বৰদলৈ - ASSAM HSLC RESULT 2025ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষ স্থান দখল যোৰহাটৰ আমিশীৰ - ASSAM HSLC RESULT 2025
Category
🗞
News
Transcript
Display full video transcript
00:00
My name is Jalikon. I am at Pabuja. In science, I was at 72 years.
00:11
I was on my visit. I was on my visit.
00:15
It was about 5 seconds.
00:17
I have been here, because it was 8 seconds.
00:19
This is what we will call the police.
00:27
The police say that they are wrong.
00:31
They make the police say so that they came up and live.
00:33
We will call them on the call.
00:35
We will call them some people.
00:37
We will call them on the call.
00:39
We will call them the police.
00:44
Someone is called by police.
00:48
I have no idea how to get into this situation.
00:54
I don't know how to get into this situation.
00:58
I have no idea what to do.
01:04
Bye-bye.
Recommended
1:11
|
Up next
পৰম্পৰা ৰক্ষা কৰি গৰু নোৱাই-ধুৱাই আশিস ল'লে মন্ত্ৰী কেশৱ মহন্তই
ETVBHARAT
4/14/2025
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1/13/2025
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
4/17/2025
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1/11/2025
1:52
ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন
ETVBHARAT
6/8/2025
3:12
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
1/9/2025
1:13
হুইল চেয়াৰতে বহি মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থীয়ে
ETVBHARAT
4/11/2025
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
1/12/2025
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
1/12/2025
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1/19/2025
1:37
উমৰাংছ কয়লা খনিত মৃত শ্ৰমিক সকলক পৰিয়ালক ৰাজ্য চৰকাৰ ফালৰ পৰা 10 লাখ টকাৰ চেক বিতৰণ।
ETVBHARAT
1/19/2025
3:30
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
1/13/2025
0:53
দুৰ্ঘটনাত মৈৰাবাৰী কলেজৰ অধ্যাপিকাৰ মৃত্যু
ETVBHARAT
1/7/2025
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
4/16/2025
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
4/30/2025
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5/27/2025
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1/13/2025
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1/8/2025
0:54
কালীগঞ্জে বোমার আঘাতে নাবালিকা মৃত্যুর ঘটনায় গ্রেফতার 4, এলাকায় চলছে পুলিশি টহল
ETVBHARAT
today
2:54
ଟ୍ରମ୍ପଙ୍କ ନିଷ୍ପତ୍ତି ସରଗରମ ଓଡ଼ିଶା ରାଜନୀତି, ନାରୀ ସୁରକ୍ଷା ନେଇ ଆନ୍ଦୋଳନ କରିବ ବିଜେଡି
ETVBHARAT
today
2:50
अंतिम सांसें ले रहा छतरपुर का पीतल उद्योग, जिम्मेदार सरकार या स्टील?
ETVBHARAT
today
1:10
ભગવાન જગન્નાથજીની રથયાત્રા પહેલા થશે નેત્રોત્સવ વિધિ, જાણો શું છે વર્ષો જૂની પરંપરા અને લોકવાયકા
ETVBHARAT
today
2:36
ଦୁଇଦିନ ପରେ ଘୋଷଯାତ୍ରା, ଶେଷ ପର୍ଯ୍ୟାୟରେ ରଥ ନିର୍ମାଣ କାର୍ଯ୍ୟ
ETVBHARAT
today
4:33
প্ৰতিশ্ৰুতিৰ এটি ঘৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই যাৰ মূল কাৰিকৰ
ETVBHARAT
today
1:48
90 जगहों पर पर्यटकों के जाने पर पाबंदी, शिवपुरी में भारी बारिश के बाद प्रशासन का फैसला
ETVBHARAT
today