Assamese JHA Creation

@assamesejhacreation
HELLO and WELCOME to My Channel. বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেল Assamese JH Creation লৈ। মই “Jalal Uddin” আৰু আপুনি চাই আছে “Assamese JH Creation!”

Dear Friends, এইটো আপোনালোকৰ চেনেল হয়। এই চেনেলত আপুনি সকলো ধৰণৰ ভিডিও অসমীয়াত চাবলৈ পাব। ইয়াত মই বিভিন্ন ধৰণৰ তথ্য share কৰো, Technical News, Android Tips & Tricks, ইত্যাদিৰ বিষয়ে ভিডিও দিবলৈ চেষ্টা কৰোঁ।

আপোনালোকক বহুত বহুত স্বাগতম জনাইছো মোৰ চেনেল “Assamese JH Creation” লৈ আৰু মই এই চেনেলত প্ৰতি দিন নতুন নতুন ভিডিও আপোনালোকলৈ লৈ অহাৰ চেষ্টা কৰিম যত Motivational ভিডিও থাকিব।

যদি আপুনি এতিয়াও “Assamese JH Creation”ৰ Family ত Join নাই কৰা তেন্তে এতিয়াই কৰি লোৱক। Take Care! কুশলে থাকক। সোনকালেই ভিডিওত লগ পাম ধন্যবাদ! Subscribe কৰি যাব দেই! Jalal Uddin, From Assam (India)

For Businesses: Contact me on jalaluddin56565@gmail.com