চৰিত্ৰ সলনি নহ'ল একাংশ অসম আৰক্ষীৰ! যান-বাহন ৰখাই আৰক্ষীয়ে সংগ্ৰহ কৰিছে ধন

  • 5 years ago
এই দৃশ্য শোণিতপুৰৰ মাজবাট বালিমুখৰ। অসম-অৰুণাচল সংযোগী পথত বালিমুখ আৰক্ষী চকীৰ জোৱানে এতিয়া এনেদৰে সংগ্ৰহ কৰিছে ধন৷