কেমেৰাৰ সন্মুখতে উটি গল দলং,উভতি লৰ দিয়ে দলঙত থকা আটাইকেইজন লোকে, চাওক ভিডিঅ’

  • 5 years ago
দামৰা আৰু পাটপাৰা সংযোগী এই দলংখনৰ বাবে ৰাইজে জনপ্ৰতিনিধিৰ ওচৰত বাৰম্বাৰ আবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই ৷ মেঘালয়ৰ পৰা নামি অহা ঢলে উটুৱাই লৈ গ'ল ১০/১২ খন গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সম্বল বাঁহৰ দলংখন ।

Recommended