VIDEO: হৃদয় কঁপোৱা, CCTV বন্দী সমগ্ৰ দৃশ্য

  • 5 years ago
ভয়ংকৰ অঘটনৰ পৰা মাতৃয়ে ৰক্ষা কৰিলে পুত্ৰক। এটা এপাৰ্টমেণ্টৰ ওপৰৰ পৰা খটখটীৰ তললৈ বাগৰি পৰাৰ পৰা পুত্ৰক কথমপি ৰক্ষা কৰিলে মাতৃয়ে। CCTVত বন্দী শিহৰণকাৰী দৃশ্য।