নিজৰ মৃত্যুৰ উৰাবাতৰি প্ৰচাৰক লৈ কি ক’লে অভিনেতা নিপন গোস্বামীয়ে?

  • 5 years ago
মই আচৰিত হৈছো যে এই কথাটো কিয় উলিয়ালে, কোনে উলিয়ালে। এইধৰণৰ উৰাবাতৰিৰ বাবে সজাগ হ’ব লাগে। এই সন্দৰ্ভত মোৰ বোৱাৰীয়ে এজাহাৰ দিছেঃ নিপন গোস্বামী

Recommended