গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশত ছাত্ৰীক অশালীন ব্যৱহাৰ, সমগ্ৰ ঘটনা ক’লে ভুক্তভোগী ছাত্ৰীয়ে

  • 5 years ago
বাইকেৰে অহা যুৱকে যুৱতীগৰাকীক দুৰ্ব্যৱহাৰ কৰি তীব্ৰগতিত পলায়ন কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপৰ লংকেশ্বৰত সংঘটিত হৈছে এই নিৰ্যাতনৰ ঘটনা

Recommended